ধৰাহওক সময় (t) = 0 ( Lets time (t) = 0 )

clock-face-time-222311

মা পেটত থাকোতেই বোলে চকু মেলিছিলো, বিজ্ঞানে কয় মোৰ লে একো মনত নাই আপোনাৰো নিশ্বয় মনত নাই এয়াই সত্য, প্ৰাকৃতিক যদিও মাৰ কোষতেই সৃষ্টি মোৰ, তথাপি এয়া আৰম্ভণি নহয় আৰম্ভণিৰ দিনতো, মোৰ জন্মদিন যদি সৃষ্টি আৰম্ভণি নহয়, তেন্তে আৰম্ভণি কি ? ধৰাহওক সময় (t) = 0 এয়াই আৰম্ভণি , জীৱনৰ প্ৰথম দিন ইয়াৰ আগত না সৃষ্টিৰ হিচাপ হয় , না সমাপ্তিৰ দলিল । প্ৰশ্ন হয় , কোনে আহি কলে মোৰ জীৱনৰ বাবে, ধৰাহওক সময় (t) = 0 ?? আৰু কিয় ??

সৃষ্টিৰ দিগন্তত যিদিনা প্ৰথম উশাহ লৈছিলো, সিদিনাই যদি মোৰ আৰম্ভণিৰ দিন লহেতেন, কি অসুবিধা লহেতেন ? কঢ়িয়াই লৈ আহিলোহেতেন সৃষ্টিকালৰ ৰচনা প্ৰবাহ ! বাৰু তেতিয়া কিভাৱে দেখিলোহেতেন জীৱনৰ ৰহস্য ? কি অৱগুন্ঠনত লিখিলোহেতেন মনৰ প্ৰশ্নবোধক ?? বৌদ্ধিকতাৰ আগলিবতৰাত যেন ভুমুকীয়ালেহেতেন সম্পূ্ৰ্ণ সত্য উফ্ সত্যবোৰোযে ইমান সত্য !!

মাজেসময়ে গোটেই ব্যৱস্থাটোক কিবা অংক যেন লাগে প্ৰাৰম্ভিক অৱস্থাত সময় (t) = 0 বুলি দিয়া থাকিলে কি যে সহজ হৈ যায় সমাধান !! সেই একেটা বুদ্ধি ইয়াতো কৰা হোৱা নাইতো ?

বিশ্বব্ৰহ্মাণ্ডৰ সময় (t) = 0 ? আমি এতিয়াও জানিবলৈ অপৰাগ ছাৰ ষ্টিফেন হকিঙে কোৱাৰ দৰে এক singularity’.

প্ৰকৃতিয়ে কৰি আহিছে এই অনুশীলন কিন্তু সমাজতন্ত্ৰত সম্ভৱ হ্ব নোৱাৰে মচি দিব নোৱাৰো অতীত আৰু কৰি দিব নোৱাৰো ঘোষনা, lets time (t) = 0 সেয়েহে জীৱন চঞ্চল , অনিশ্চিত

Advertisements

2 thoughts on “ধৰাহওক সময় (t) = 0 ( Lets time (t) = 0 )

Add yours

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Powered by WordPress.com.

Up ↑

%d bloggers like this: